Kenekoi Logo

Kenekoi.com

জানিব খোজাৰ নতুন ঠিকনা

"চুকে-কোণে"ৰ কি অৰ্থ হৈছে?

"চুকে-কোণে" অৰ্থাৎ সকলো ঠাইতে, আৰু কবিতাত এই শব্দৰ দ্বাৰা কবি উল্লেখ কৰিছে যে, হিংসা আৰু ভেদাভেদৰ সমস্যা সমাজৰ ভিতৰতে সকলো ঠাইতে পৰিস্কাৰ কৰিব লাগিব।

Write Your Answer