Kenekoi Logo

Kenekoi.com

জানিব খোজাৰ নতুন ঠিকনা

'চিঠি' গল্পটোত ভূদেৱ চৌধুৰীয়ে কাৰ কাৰ চিঠিৰ বাবে অপেক্ষা কৰাৰ কথা আছে ?

'চিঠি' গল্পটোত ভূদেৱ চৌধুৰীয়ে তেওঁৰ বন্ধু প্রশান্ত শর্মাৰ চিঠিৰ বাবে আৰু যেতিয়া ভূদেৱ চৌধুৰী বিয়াৰ পিছত কিছুমান অসুবিধাৰ কাৰণে বাগানত আছিল,তেতিয়া তেওঁৰ পৰিবাৰক কিছু দিনৰ বাবে গাঁৱৰ ঘৰত থৈ গৈছিল। সেয়েহে চৌধুৰীয়ে পৰিবাৰৰ চিঠিৰ বাবে ব্যাকুল অপেক্ষা কৰাৰ কথা কৈছে।

Write Your Answer