Kenekoi.com
জানিব খোজাৰ নতুন ঠিকনা
চিঠি
'চিঠি’ গল্পটো শীলভদ্ৰৰ কোনখন সংকলনৰ পৰা লোৱা হৈছে?
শীলভদ্রই কোনখন গ্ৰন্থৰ বাবে সাহিত্য অকাদেমি বঁটা লাভ কৰিছিল ?
কাৰ চিঠিৰ বাবে ভূদেৱ চৌধুৰীয়ে অপেক্ষা কৰি আছিল?
প্রশান্ত শৰ্মাৰ মৃত্যুৰ খবৰটো ভূদেৱ চৌধুৰীক কোনে দিছিল?
ভূদেৱ চৌধুৰী টিংখঙলৈ কিয় গৈছিল?
'চিঠি' গল্পটোত ভূদেৱ চৌধুৰীয়ে কাৰ কাৰ চিঠিৰ বাবে অপেক্ষা কৰাৰ কথা আছে ?
শীলভদ্রই লাভ কৰা দুটা বঁটাৰ নাম লিখা।
ভূদেৱ চৌধুৰীয়ে প্রশান্ত শর্মালৈ কিয় চিঠি লিখিছিল?
কাৰ চিঠি পুৰুষানুক্রমে সঞ্চয় কৰি থ'বলগীয়া সম্পত্তি বুলি কোৱা হৈছে? তেওঁৰ চিঠি কিয় মূল্যৱান ?
বর্তমান সময়ত চিঠিৰ প্রাসঙ্গিকতা কিয় কমি গ’ল?
শীলভদ্ৰ কোন যুগৰ লেখক আছিল?
শীলভদ্ৰৰ প্রকৃত নাম কি আছিল?
চুটি গল্পৰ দুটা বৈশিষ্ট্য লিখা।
শীলভদ্ৰৰ সাহিত্য কৃতিৰ চমু পৰিচয় দিয়া।
'চিঠি' চুটিগল্পটিৰ কাহিনীভাগ চমুকৈ তোমাৰ নিজৰ ভাষাত লিখা।
ভূদেৱ চৌধুৰীৰ চিঠিখনে প্রশান্ত শর্মাৰ ঘৰত কেনে প্রতিক্রিয়াৰ সৃষ্টি কৰিছিল?
আপোনজনৰ পৰা চিঠি পোৱা আৰু আপোনজনৰ চিঠিৰ বাবে অপেক্ষা কৰি থকাৰ মধুৰতাখিনি গল্পটিত কেনেদৰে প্ৰকাশ পাইছে বুজাই লিখা।
চিঠি’ গল্পটিৰ নামকৰণৰ সার্থকতা বিচাৰ কৰা।
কঠিন শব্দৰ অৰ্থ লিখা - আনুষঈিক, পুৰুষানুক্ৰমে, সংগত, উদাসীনতা, অনুকম্পা, কঙাল, প্ৰতীক্ষা, প্ৰত্যাশা, স্বয়ংক্ৰিয়