খ্ৰীষ্টপূৰ্ব প্ৰথম শতিকাতে চিত্ৰ অংকনৰ বাবে প্ৰয়োজনীয় (১)আকৃতি, (২)জোখমাখ, (৩) আৱেগ-অনুভূতি প্ৰকাশক কৌশল, (৪) কলাত্মক উপস্থাপন, (৫) সাদৃশ্য জ্ঞান, (৬) তুলিকা ব্যৱহাৰ নিয়মৰ চৰ্চা হৈছিল। যাক চিত্ৰকলাৰ ষড়াংগ বুলিও জনা যায়।