Kenekoi Logo

Kenekoi.com

জানিব খোজাৰ নতুন ঠিকনা

চমুটোকা লিখা :- ব্ৰজাৱলী ভাষা

ব্ৰজাৱলী ভাষা :- ব্ৰজাৱলী ভাষা এক প্ৰকাৰৰ কৃত্ৰিম সাহিত্যিক ভাষা। শংকৰদেৱৰ সময়ত অসম, বংগ আৰু উৰিষ্যাত এটা কৃত্ৰিম উপভাষাৰ মাধ্যমত ভগৱান কৃষ্ণৰ লীলা বিষয়ত গীতপদৰ সৃষ্টি হৈছিল। এই সাহিত্যিক ভাষাক ব্ৰজবুলি, ব্ৰজবোল আৰু অসমীয়াত ব্ৰজাৱলী ভাষা বোলা হয়। ব্ৰজাৱলী ভাষাৰ মূল ভেটি মৈথিলী।

Write Your Answer