জানিব খোজাৰ নতুন ঠিকনা
চাহ-উদ্যোগৰ কৰ্মীসকল হৈছে চাঁওতাল, কুৰ্মি, মোছহৰ, মুণ্ডা তেলেঙা, হো, ভূমিজ, ওৰাং, তাঁতী, লোহাৰ আদি।
এওঁলোক বিহাৰ, উৰিষ্যা, মধ্য প্ৰদেশ আৰু উত্তৰ প্ৰদেশৰ পৰা অসমলৈ আহিছিল।