Kenekoi Logo

Kenekoi.com

জানিব খোজাৰ নতুন ঠিকনা

চাংৰুং ফুকন কি দায়িত্বত ন্যস্ত আছিল?

আহোম শাসন ব্যৱস্থাত মঠ-মন্দিৰ, ৰাস্তা-ঘাট, ফ্ৰসাদ, ঘৰ-দুৱাৰ আদিৰ নিৰ্মাণ কাৰ্য, জোখ-মাখ আদি চোৱা-চিতা কৰিবলৈ চাংৰুং ফুকন নামৰ বিষয়া এগৰাকীক দায়িত্ব দিয়া হৈছিল।

Write Your Answer