Kenekoi Logo

Kenekoi.com

জানিব খোজাৰ নতুন ঠিকনা

জাগ্ৰছ পৰ্বতমালাৰ বিষয়ে তোমাৰ পাঠ্য়পুথিৰ সহায়ত লিখা।

জাগ্ৰছ পৰ্বতমালা হৈছে ইৰাণৰ এক মূখ্য় আকৰ্ষণ। এই পৰ্বতমালা আৰৱ প্লেট আৰু ইউৰেছিয়া প্লেটৰ সংঘাটৰ ফলত সাগৰৰ বুকুৰ পৰা জাগ্ৰত হৈ উঠিছিল। এই পৰ্বতমালাৰ দক্ষিণ-পশ্চিম দিশত তেল আৰু গেছৰ ভাণ্ডাৰ সঞ্চিত হৈ আছে। এই পৰ্বতমালা ইৰাণৰ উত্তৰ-পশ্চিমৰ পৰা দক্ষিণ-পূবলৈ বিয়পি আছে। ইয়াৰ সৰ্বোচ্চ শৃংগটোৰ উচ্চতা প্ৰায় ৪,৫০০ মিটাৰ।

Write Your Answer