Kenekoi Logo

Kenekoi.com

জানিব খোজাৰ নতুন ঠিকনা

জনতাৰ আহবান

অসমীয়া সাহিত্য-সংস্কৃতি জগতত ‘ৰূপকোঁৱৰ’ অভিধাৰে কোনগৰাকী সাহিত্যিকক বিভূষিত কৰা হৈছে?
জ্যোতিপ্ৰসাদ আগৰৱালাৰ কবিতা পুথিখনৰ নাম কি?
জ্যোতিপ্ৰসাদ আগৰৱালাই ৰচনা কৰা প্রথম নাটকখনৰ নাম কি?
জ্যোতিপ্ৰসাদ আগৰৱালাই জার্মানীলৈ গৈ কিহৰ প্রশিক্ষণ লৈছিল?
প্রথম অসমীয়া কথাছবিখনৰ নাম কি?
জ্যোতিপ্ৰসাদ আগৰৱালাৰ কবিতাৰ দুটা বৈশিষ্ট্য লিখা।
'আজি সুন্দৰৰ পূজা-থাপনাত যাচিবি কিহৰে ষোড়শোপচাৰ’— ষোড়শোপচাৰ কি বুজাই লিখা।
কবিতাটোত কবিয়ে ‘আজি পৃথিৱীৰ আকাশে বতাহে জনতাৰ আহ্বান' বুলি কিয় কৈছে?
'হে মোৰ আলোক-পূজাৰী প্ৰাণ’ কথাষাৰৰ তাৎপর্য ব্যাখ্যা কৰা।
কথাছবি নির্মাতা হিচাপে জ্যোতিপ্ৰসাদৰ এটি চমু পৰিচয় লিখা।
‘জনতাৰ আহ্বান' কবিতাটোৰ মূল কথাখিনি আলোচনা কৰা ।
‘জনতাৰ আহ্বান’ কবিতাটোত সাধাৰণ মানুহৰ প্রতি কবিৰ কেনে মনোভাৱ প্রকাশ পাইছে বুজাই লিখা।
কবিয়ে কেনেকুৱা জনতন্ত্র কামনা কৰিছে কবিতাটোৰ আধাৰত বিশ্লেষণ কৰা।
'জনতাৰ আহ্বান' কবিতাটোত জনতাৰ মহাপ্রাণ কেনেদৰে জাগৰিত হয় বুলি কবিয়ে কৈছে আলোচনা কৰা।
প্রসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা। আজি জনতাৰ পংকজ ৰূপ জাগে পদুমৰ দৰে বোকাত জনমা মানুহে আজি আলোকলে' উঠি আহে বেলিমুৱা হৈ হাঁহে।
জ্যোতিপ্রসাদ আগৰৱালাই কেতিয়া জন্মগ্ৰহণ কৰিছিল ?
জ্যোতিপ্রসাদ আগৰৱালাৰ পিতৃ আৰু মাতৃৰ নাম কি আছিল?
প্রথম অসমীয়া বোলছবি ‘জয়মতী’ কোন চনত নির্মাণ কৰা হৈছিল?
জ্যোতিপ্রসাদ আগৰৱালাই নির্মাণ কৰা দ্বিতীয়খন বোলছবিৰ নাম কি?
জ্যোতিপ্রসাদ আগৰৱালাই কেতিয়া ইহলীলা সম্বৰণ কৰে?