Kenekoi Logo

Kenekoi.com

জানিব খোজাৰ নতুন ঠিকনা

জ্যোতিপ্ৰসাদ আগৰৱালাৰ কবিতাৰ দুটা বৈশিষ্ট্য লিখা।

জ্যোতিপ্ৰসাদ আগৰৱালাৰ কবিতাৰ দুটা বৈশিষ্ট্য হ'ল -

(i) জাতীয়তাবাদ, দেশৰ ঐতিহ্য আৰু বুৰঞ্জীৰ লগত একাত্মবোধ, জনতাৰ প্রতি দায়বদ্ধতা আদি তেওঁৰ কবিতাত দেখা যায়।

(ii) ভাষা আৰু শব্দ প্রয়োগৰ ওজস্বিতা, যৌৱনসুলভ দীপ্ততা আদি তেওঁৰ কবিতাৰ বৈশিষ্ট্য।

Write Your Answer