Kenekoi Logo

Kenekoi.com

জানিব খোজাৰ নতুন ঠিকনা

'জয়ন্তী'ৰ কবিসকলৰ কবিতাৰ দুটা বৈশিষ্ট্য লিখা।

'জয়ন্তী'ৰ কবিসকলৰ কবিতাৰ দুটা বৈশিষ্ট্য হ'ল -

(।) 'জয়ন্তী'ৰ কবিসকলে প্ৰধানতঃ কৃষক, শ্ৰমিক আদি সাধাৰণ শ্ৰেণীৰ জনতাৰ সুখ-দুখ আৰু সংগ্ৰামৰ ছবি অংকন কৰে।

(।।) কবিতাত কথিত গদ্যময়ী ভাষাৰ ব্যৱহাৰ কৰে।

Write Your Answer