Kenekoi Logo

Kenekoi.com

জানিব খোজাৰ নতুন ঠিকনা

জয়মতী, চিৰাজ, সতী বেউলা — এই কথাছবি কেইখনৰ সংগীত পৰিচালক কেইজনৰ নাম লিখা।

'জয়মতী' কথাছবিৰ সংগীত পৰিচালকজনৰ নাম হ'ল 'জ্যোতিপ্ৰসাদ আগৰৱালা'।

'চিৰাজ' কথাছবিৰ সংগীত পৰিচালকজনৰ নাম হ'ল 'বিষ্ণুপ্ৰসাদ ৰাভা'। 'সতী বেউলা' কথাছবিৰ সংগীত পৰিচালকজনৰ নাম হ'ল 'ভূপেন হাজৰিকা'।

Write Your Answer