Kenekoi Logo

Kenekoi.com

জানিব খোজাৰ নতুন ঠিকনা

জেং বিহু মানে কি?

ব’হাগ বিহুত উজনি অসমৰ মহিলাসকলে পুৰুষৰ অগােচৰে নির্জন স্থানত অনুষ্ঠিত কৰা বিহু নৃত্য-গীতৰ কাৰ্যসূচীকে জেং বিহু বুলি কোৱা হয়।

Write Your Answer