Kenekoi Logo

Kenekoi.com

জানিব খোজাৰ নতুন ঠিকনা

ঝুম খেতি মানে কি বুজা?

পাহাৰীয়া অঞ্চলত হাবি-বন কাটি জুই লগাই মাটি মুকলি কৰি পৰম্পৰাগত সা- সঁজুলিৰে যি খেতি কৰা হয়, তাকে ঝুম খেতি বোলে।

Write Your Answer