Kenekoi Logo

Kenekoi.com

জানিব খোজাৰ নতুন ঠিকনা

টমাচ আলভা এডিছনে ইলেকট্রিক বাল্ব তৈয়াৰ কৰাত বাৰে বাৰে বিফল হৈ কি কৈছিল?

টমাচ আলভা এডিছনে ইলেকট্ৰিক বাল্ব তৈয়াৰ কৰাত বাৰে বাৰে বিফল হৈ মন্তব্য় কৰিছিল ''মই বিফল হোৱা নাই। মাত্ৰ বুজিলোঁ যে ১০,০০০ ধৰণে ই কাম নকৰে''।

Write Your Answer