Kenekoi Logo

Kenekoi.com

জানিব খোজাৰ নতুন ঠিকনা

টেহৰাণৰ বিমান বন্দৰকেইটা কি কি আৰু কোন কোন স্থানত?

টেহৰাণৰ বিমানবন্দৰ দুটা। সেইকেইটা হ'ল মেহৰাবাদ বিমান বন্দৰ আৰু খোমেনি আন্তৰ্জাতিক বিমান বন্দৰ। মেহৰাবাদ বিমান বন্দৰটো চহৰৰ মাজত অৱস্থিত আৰু খোমেনি আন্তৰ্জাতিক বিমান বন্দৰটো চহৰৰ পৰা নিলগত অৱস্থিত।

Write Your Answer