Kenekoi Logo

Kenekoi.com

জানিব খোজাৰ নতুন ঠিকনা

ঢোপ খেলৰ প্ৰচলন ক’ত,কেনেকৈ হৈছিল বৰ্ণনা কৰা ৷

ঢোপ খেলৰ জন্ম ক’ত সেয়া কোনেও ক’ব নোৱাৰে ৷ আহোম যুগতো ইয়াৰ জনপ্ৰিয়তা আছিল ৷ব্ৰিটিছ ৰাজত্বৰ শেষছোৱাত তেজপুৰৰ পৰা ৮ কিলোমিটাৰ দূৰৰ মদপীৰ ঢেকেৰিপাৰ নামৰ বৃহৎ বাকৰি এখনত এইবিধ খেলৰ সমাৰোহ অনুষ্ঠিত হৈছিল ৷

Write Your Answer