Kenekoi.com
জানিব খোজাৰ নতুন ঠিকনা
তেজৰে কমলাপতি
বৰগীত ৰচনা কৰা মহাপুৰুষ দুজনাৰ নাম কি?
তেজৰে কমালাপতি নামৰ বৰগীতটোৰ ৰচক কোন?
তিমিৰ ফেৰিয়া কি বাজ হয়?
যশোদাই কৃষ্ণক পুৱা কিয় জগাইছিল।
তলত দিয়া পদ দুশাৰীত কোনে ,কাক , কি কৈছে? নিজৰ কথাৰে লিখা। নন্দগেল বাথানে গোৱাল গেল পাল । সুৰভী চাৰিতে লাগে উঠৰে গোপাল ।। ,
শব্দ সম্ভাৰ আৰু অভিধান চাই অৰ্থ লিখা। কমলাপতি, তিমিৰ , ডাকে, ব্ৰজবধূ, শতপত্ৰ , ভ্ৰমৰ, ত্ৰিজগত
বৰগীতটোত প্ৰকাশ পুৱাৰ প্ৰাকৃতিক দৃশ্যৰ এটি বৰ্ণনা দিয়া।
তলৰ ছবিখন চোৱা আৰু তাত প্ৰকাশ পোৱা কথাখিনি কোৱা।
শব্দৰ আগত 'ত্ৰি' শব্দ লগাই নতুন শব্দ গঠন কৰা আৰু অৰ্থ জানি লোৱা ।
তলত দিয়া শব্দবোৰৰ আগত বি পূৰ্বসৰ্গ লগ লগাই সেইবোৰেৰে অৰ্থ প্ৰকাশক একোটা বাক্য় ৰচনা কৰা। মুখ, দূৰ, কিৰণ, নন্দ
তলৰ ব্ৰজাৱলী ভাষাত লিখা বাক্য চাৰিশাৰী আধুনিক অসমীয়ালৈ ৰূপান্তৰ কৰা। ক) ৰয়নী বিদূৰ দিশ ধৱলী বৰণ।
খ) শতপত্ৰ বিকশিত ভ্ৰমৰ উৰায় ।
গ) দাম- সুদাম ডাকে তেৰি লৈয়া নাম ।
ঘ) ক্ষীৰ লৱনু লৈয়া শিঙা বেত বেণু ।
এটা শব্দত প্ৰকাশ কৰা।
বৰগীতটোত চাৰিটা আখৰেৰে গঠিত এটা শব্দ আছে। সেই শব্দটোৰ প্ৰথম আখৰ দুটা মিলি 'বল' বুজাই আৰু শেষৰ আখৰ দুটা মিলি 'মানুহৰ নাম' বুজাই। শব্দটো বিচাৰি উলিয়াই লিখা। বলৰাম প্ৰথম দুটা মিলি বল হয়। সেই শব্দটোৰ-
* দ্বিতীয় আৰু তৃতীয়ই মিলি কি বুজাই ?
* চতুৰ্থ আৰু দ্বিতীয়ই মিলি কি বুজাই ?
শ্ৰী শ্ৰী মাধৱদেৱৰ জন্ম ক'ত হৈছিল ?
শ্ৰী শ্ৰী মাধৱদেৱৰ পিতৃ-মাতৃ নাম কি আছিল ?
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰধান শিষ্য কোন আছিল ?
শ্ৰী শ্ৰী মাধৱদেৱে স্থাপন কৰা সত্ৰকেইখনৰ নাম কি ?
মাধৱদেৱৰ দ্বাৰা ৰচিত পুথিকেইখনৰ নাম লিখা।
মাধৱদেৱৰ শ্ৰেষ্ঠ কৃতি কি ?
বৰগীত কি ?
1
2
Next
Last »