Kenekoi Logo

Kenekoi.com

জানিব খোজাৰ নতুন ঠিকনা

"তুমি কথা-বতৰা পাতোঁতে সাৱধান হ'বা। মনে পঢ়া-শুনা কৰি আছে। গাড়ী দুখন অগা-পিছাকৈ গৈ আছে।" -- ওপৰৰ বাক্যকেইটাৰ দৰে তলত দিয়া যুৰীয়া শব্দবোৰেৰে বাক্য সাজাঃ

ল'ৰা-ছোৱালী, হাত-ভৰি, খুৱাই-বুৱাই, জীৱন-জীৱিকা, পা-পইচা।

লৰা-ছোৱালীঃ লৰা-ছোৱালীবোৰে পথাৰত খেলি আছে।

হাত-ভৰিঃ ৰামে হাত-ভৰি ধুই কিতাপ পঢ়ি আছে।

খুৱাই-বুৱাইঃ সীতাক খুৱাই-বুৱাই স্কুল পঠালো।

জীৱন-জীৱিকাঃ সেই পৰিয়ালটোয়ে বহুত কষ্টৰে জীৱন-জীৱিকা কৰি আছে।

পা-পইচাঃ মানুহৰ জীৱনত পা-পইচাৰ বহুত প্ৰয়োজন হয়।

Write Your Answer