Kenekoi Logo

Kenekoi.com

জানিব খোজাৰ নতুন ঠিকনা

তলত দিয়া পদ দুশাৰীত কোনে ,কাক , কি কৈছে? নিজৰ কথাৰে লিখা। নন্দগেল বাথানে গোৱাল গেল পাল । সুৰভী চাৰিতে লাগে উঠৰে গোপাল ।। ,

এই কথা শাৰী যশোদাই পুৱা কৃষ্ণক কৈছিল । যে কৃষ্ণ উঠা তোমাৰ পিতৃ গৰু খুটিঁ লৈ গৈছে আৰু গৰখীয়াবোৰে গৰু লৈ জাকে জাকে চৰাবলৈ গৈছে । তোমাৰ সুৰভী গাইক চৰাবলৈ যোৱা , উঠা কৃষ্ণ ।

Write Your Answer