Kenekoi Logo

Kenekoi.com

জানিব খোজাৰ নতুন ঠিকনা

তলত দিয়া শব্দবোৰৰ আগত বি পূৰ্বসৰ্গ লগ লগাই সেইবোৰেৰে অৰ্থ প্ৰকাশক একোটা বাক্য় ৰচনা কৰা। মুখ, দূৰ, কিৰণ, নন্দ

মুখ ---- বিমুখ , দূৰ ---- বিদূৰ , কিৰণ ---- বিকিৰণ, নন্দ ---- বিনন্দ

বিমুখ - কেতিয়াও কাকো বিমুখ কৰিব নাপাই । বিদূৰ - পৃথিৱীৰ পৰা সূৰ্যলৈ বহুত বিদূৰ । বিকিৰণ - ৰাতিপুৱা সূৰ্যৰ পোহৰ বিকিৰণ হৈছে । বিনন্দ - ল'ৰা বিলাকে খেলপথাৰত আনন্দ- বিনন্দৰে খেলি আছে ।

Write Your Answer