Kenekoi Logo

Kenekoi.com

জানিব খোজাৰ নতুন ঠিকনা

তেলৰ বাবে চলোৱা খনন কাৰ্যত "মাডলগিং" আহিলাসমূহৰ ভূমিকা কি?

তেলৰ বাবে চলোৱা খনন কাৰ্যত "মাডলগিং" আহিলাসমূহৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ। মাডলগিং আহিলাসমূহৰ জৰিয়তে সংগ্ৰহ কৰা তথ্য়ই এখন নতুন তৈলক্ষেত্ৰ আৱিষ্কাৰ কৰাৰ লগতে কোনো ধৰণৰ বিপদজনক পৰিস্থিতি নোহোৱাকৈ খননকাৰ্য চলাই যোৱাত সহায় কৰে। ভূত্ত্ববিদসকলৰ বাবে এই আহিলাসমূহ অতি গুৰুত্বপূৰ্ণ।

Write Your Answer