Kenekoi Logo

Kenekoi.com

জানিব খোজাৰ নতুন ঠিকনা

"তেৱেঁই আগবাঢ়ি আহিল আৰু মোৰ মুখলৈ চাই সুধিলে-'আমাৰ তাৰে নোহোৱানে’?" -কোনে কাক কথাষাৰ সুধিছিল?

"তেৱেঁই আগবাঢ়ি আহিল আৰু মোৰ মুখলৈ চাই সুধিলে-'আমাৰ তাৰে নোহোৱানে’?" -এই কথাষাৰ কনকেশ্বৰ ঠাকুৰে নাজিয়াক সুধিছিল ৷

Write Your Answer