Kenekoi Logo

Kenekoi.com

জানিব খোজাৰ নতুন ঠিকনা

দেউতাকে কুঁৱলীক কিয় কম্পিউটাৰ উপহাৰ দিছিল?

নৱম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ প্ৰথম হৈ উত্তীৰ্ণ হোৱাৰ বাবে আৰু তাইৰ জ্ঞানৰ পৰিধি যাতে অসীমলৈ বিস্তাৰিত হয়। সেইবাবে দেউতাকে কুঁৱলীক কম্পিউটাৰ উপহাৰ দিছিল।

Write Your Answer