Kenekoi Logo

Kenekoi.com

জানিব খোজাৰ নতুন ঠিকনা

দেশ আৰু জাতিক গ্ৰন্থ অধ্যয়নে কিদৰে উপকৃত কৰে, প্ৰৱন্ধটিৰ আধাৰত বিচাৰ কৰা ৷

গ্ৰন্থ জ্ঞানৰ ভাণ্ডাৰ৷ একো একোখন কিতাপে যি পোহৰ দিয়ে, সেই পোহৰত ৰাইজে যেতিয়া নিজৰ পথ বিচাৰি পায়, তেতিয়া শাসনযন্ত্ৰ কঁপি উঠে৷ সত্যৰ বিম্ব দাঙি ধৰাত কিতাপে সহায় কৰে৷ভীৰুতা আৰু কু-সংস্কাৰ আঁতৰ কৰে৷ এইদৰে গ্ৰন্থই দেশ আৰু জাতিৰ উপকাৰ সাধন কৰে ৷

Write Your Answer