Kenekoi Logo

Kenekoi.com

জানিব খোজাৰ নতুন ঠিকনা

দ্ৰুতবেগী হিমানী সম্প্ৰপাতৰ ওচৰত জীৱনে হাৰ মনা এভাৰেষ্টৰ ভিন্ন অভিযানৰ চিকিৎসক দুগৰাকী কোন কোন ৰাষ্ট্ৰৰ আছিল?

দ্ৰুতবেগী হিমানী সম্প্ৰপাতৰ ওচৰত জীৱনে হাৰ মনা এভাৰেষ্টৰ ভিন্ন অভিযানৰ চিকিৎসক দুগৰাকীৰ এগৰাকী আছিল চীনা মহিলা আৰু আনগৰাকী আমেৰিকান ব্যক্তি৷

Write Your Answer