Kenekoi Logo

Kenekoi.com

জানিব খোজাৰ নতুন ঠিকনা

দেৱকান্ত বৰুৱাৰ কবিতাত কোন গৰাকী ইংৰাজ কবিৰ কবিতাৰ প্ৰভাৱ দেখা যায়? সেই ইংৰাজ কবি গৰাকীৰ কাব্যিক শৈলীক কি শৈলী বুলি কোৱা হয়?

দেৱকান্ত বৰুৱাৰ কবিতাত ইংৰাজ কবি ৰবাৰ্ট ব্ৰাউনিঙৰ কবিতাৰ প্ৰভাৱ দেখা যায় ৷ ৰবাৰ্ট ব্ৰাউনিঙৰ কাব্যিক শৈলীক স্বগতোক্তি শৈলী বুলি কোৱা হয় ৷

Write Your Answer