Add Book Write Article
Cancel

দেৱাল চিত্ৰৰ নিদর্শন থকা ভাৰতৰ তিনিখন ঠাইৰ নাম উল্লেখ কৰা।

By u255f5c61b2 on 1 week ago
April 9, 2025, 10:22 a.m.

দেৱাল চিত্ৰৰ নিদর্শন থকা ভাৰতৰ তিনিখন ঠাই হৈছেঃ

(ক) অজন্তাৰ দেৱালৰ চিত্ৰসমূহ ( মহাৰাষ্ট্র )

(খ) বাঘৰ দেৱালৰ চিত্ৰসমূহ ( মধ্য প্রদেশ )। আৰু

(গ) চিত্তনাৱাচলৰ দেৱালয় চিত্রসমূহ ( তামিলনাড় )।