Add Book Write Article
Cancel

ধনবৰ আৰু ৰতনী

By uf9b861367c on 2 weeks ago
লক্ষ্মীনাথ বেজবৰুৱাৰ কবিতা পুথি এখনৰ নাম লিখা৷
লক্ষ্মীনাথ বেজবৰুৱাৰ আত্মজীৱনীখনৰ নাম কি?
অসমীয়া সাহিত্যত চুটি গল্পৰ জনক বুলি কাক কোৱা হয়?
লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা চুটিগল্পৰ পুথি এখনৰ নাম লিখা৷
'বাঁহী' আলোচনীখন কোনে সম্পাদনা কৰিছিল?
মালিতা কি?ইংৰাজীত ইয়াক কি বুলি কোৱা হয়?
ধনবৰ আৰু ৰতনী কোন?
" বোপাই মোৰ লুইত ঐ! সামৰি লোৱা মোক" - বুলি কোনে কিয় কৈছে?
" ৰতনীক তুলিলে মাকে বাপেকে ধনাইৰ কাল শতৰু কৰি" - ৰতনীক কিয় ধনাইৰ কাল শতৰু বুলি কোৱা হৈছে?
" পাৰতে কান্দিছে ধনবৰ দুখীয়া" - ধনবৰে কিয় কান্দিছে?
'ধনবৰ আৰু ৰতনী' কবিতাটোৰ কাহিনীভাগ সংক্ষেপে বৰ্ণনা কৰা ৷
'ধনবৰ আৰু ৰতনী' কবিতাটোত ধনবৰে কেনেদৰে বিলাপ কৰিছে?
ৰতনীৰ প্ৰতি ধনবৰৰ প্ৰেমৰ প্ৰকাশ কিদৰে ঘটিছে বৰ্ণনা কৰা ৷
প্ৰসংগ-সংগতি দৰ্শাই ব্যাখ্যা কৰাঃ গঙাতে উৰিল ঐ গঙাৰে চিলনী, বালিতে উৰিল ঐ ঘোঁৰা, সেন্দূৰী টিঙতে বহি উটি গ’লে ৰতনী ধনাইৰি পৰা ৷
প্ৰসংগ-সংগতি দৰ্শাই ব্যাখ্যা কৰাঃ ফুটুকাৰ তলতে যখিনী ছোৱালী ৷ টুকটুক চাপৰি বায় ধনাইৰ ছাঁতে ৰতনী নাই ঐ কোনে তাৰ মুখলৈ চায়৷