Kenekoi Logo

Kenekoi.com

জানিব খোজাৰ নতুন ঠিকনা

ধনৰ দুই প্ৰকাৰৰ ব্যৱহাৰ কি কি ?

ধনৰ দুই প্ৰকাৰৰ ব্যৱহাৰ হ’ল -

ক) ধনেৰে সুখ-সম্পদৰ আহিলা-পাতি গোটাই ল’ব পাৰি।

খ) ধনেৰে আনৰ উপকাৰ সাধিব পাৰি।

Write Your Answer