Kenekoi.com
New
Articles
Login
Add Book
Write Article
Cancel
ধনৰ ব্যৱহাৰ - সত্যনাথ বৰা
By uf9b861367c on 2 weeks ago
কৃপণলোকৰ দুই ধৰ্ম কি কি?
অৰ্থ ব্যৱহাৰৰ মূলমন্ত্ৰ কি?
দৰিদ্ৰ হোৱাৰ চিন কেনেকুৱা?
মানুহৰ ঋণ কেতিয়া হয় ?
কোন প্ৰকাৰৰ খৰচ গুপ্ত শত্ৰুৰ নিচিনা ?
ধনৰ দুই প্ৰকাৰৰ ব্যৱহাৰ কি কি ?
কৃপণলোকে আন মানুহে ধন খৰচ কৰিলে কিয় সহিব নোৱাৰে ?
লেখকৰ মতে কোন দুটা বৃত্তি ফলিওৱাৰ বাবে অলপ ধন লাগে ?
কি দুটা কাৰণত মানুহে কৃপণালি কৰে ?
কৃপণ আৰু ধোঁৱাখুলীয়াৰ মাজত থকা পাৰ্থক্য দুটা লিখা ৷
অশিক্ষিত মানুহে ধন খৰচ কৰাৰ কৌশল সম্পৰ্কে কেনে ধাৰণা কৰে লিখা ৷
অসজ বৃত্তিধাৰী কৃপণ লোকৰ জীৱন প্ৰণালী কেনেকুৱা হয় আলোচনা কৰা ৷
মানুহে ঋণক পাপৰ লগত কিয় তুলনা কৰে লিখা ৷
লেখকৰ দৃষ্টিত ধৰা পৰা কৃপণলোকৰ সংজ্ঞা সম্বন্ধে আলোচনা কৰা ৷
"ধন সুখ ভোগৰ উপায় নহয়, স্বয়ং ধনেই সুখ"। - ব্যাখ্যা কৰা
সত্যনাথ বৰাৰ জন্ম কিমান চনত হৈছিল?
সত্যনাথ বৰাৰ প্ৰথমখন প্ৰকাশিত গ্ৰন্থৰ নাম কি আৰু কিমান চনত প্ৰকাশ পাইছিল?
'বহল ব্যাকৰণ' কাৰ ৰচনা ?
অসমীয়া সাহিত্যৰ প্ৰথমখন বিজ্ঞান বিষয়ক গ্ৰন্থৰ নাম লিখা ৷
সত্যনাথ বৰাই ৰচনা কৰা চাৰিখন পুথিৰ নাম লিখা ৷
সত্যনাথ বৰা 'জোনাকী' আলোচনীৰ কিমান চনৰ সম্পাদক আছিল ?
কিমান চনত সত্যনাথ বৰাই প্ৰাণত্যাগ কৰে ?
ব্যাখ্যা কৰা - "ধন সুখ ভোগৰ উপায় নহয়, স্বয়ং ধনেই সুখ"