ধ্বনি উচ্চাৰণৰ সময়ত শ্ৰৱণেন্দ্ৰিয়ত ঠেকা খাই মগজুত কেনে ধৰণৰ প্ৰতিক্ৰিয়া কৰে, তেনে ধৰণৰ অধ্য়য়নেই হ'ল ধ্বন্য়াত্মক ধ্বনিবিজ্ঞান।