Kenekoi Logo

Kenekoi.com

জানিব খোজাৰ নতুন ঠিকনা

'নৈকেষী’ কোন? তেওঁ বিভীষণক কিয় ৰাৱণৰ ৰাজসভালৈ পঠিয়াইছিল?

'নৈকেষী’ ৰাৱণৰ মাতৃ ৷

লংকাৰ পৰা সীতাক উদ্ধাৰৰ বাবে ৰামে চলোৱা লংকা অভিযানৰ কথা জানিব পাৰি মাতৃ নৈকেষী চিন্তাত পৰিছিল ৷ যুদ্ধ হ’লে লংকা সৰ্বনাশ হ’ব বুলি আশংকা কৰিছিল ৷ সেয়ে তেওঁ স-সন্মানেৰে সীতাক ৰামৰ হাতত গতাই দি লংকাক সৰ্বনাশ হোৱাৰ পৰা ৰক্ষা কৰাৰ উপদেশ দি বিভীষণক ৰাৱণৰ ৰাজসভালৈ পঠিয়াইছিল ৷

Write Your Answer