Kenekoi Logo

Kenekoi.com

জানিব খোজাৰ নতুন ঠিকনা

'নাগপাশ’ কি? হনুমানক কোনে কি কাৰণে নাগপাশেৰে বন্দী কৰি থৈছিল?

'নাগপাশ’ হ’ল- পুৰণিকালত যুদ্ধত শত্ৰুৰ ওপৰত প্ৰয়োগ কৰা অস্ত্ৰ বিশেষ ৷

সীতাৰ সন্ধানত হনুমান লংকাত প্ৰৱেশ কৰি সৈন্যসকলক হত্যা কৰি সকলো ধ্বংস কৰি সীতাকো দৰ্শন কৰে৷ফলত ৰাৱণৰ পুত্ৰ ইন্দ্ৰজিতে হনুমানক নাগপাশেৰে বন্দী কৰি থৈছিল ৷

Write Your Answer