Kenekoi Logo

Kenekoi.com

জানিব খোজাৰ নতুন ঠিকনা

নাগার্জুন কোন? ক'ত আছিল আৰু কি কৰিছিল?

নাগাৰ্জুন আছিল প্ৰাচীন ভাৰতৰ বিশ্ববিদ্যালয়ৰ এগৰাকী শিক্ষক। তেওঁ অম্ৰাৱতী নগৰৰ ওচৰত থকা শ্রীধান্যকটক বিশ্ববিদ্যালয়ৰ প্রধান শিক্ষক আছিল আৰু ছাত্ৰ-ছাত্ৰীক শিক্ষাদান কৰিছিল।

Write Your Answer