Add Book Write Article
Cancel

নাজিয়াই বিয়ালৈ কিয় অকলে গৈছিল?

By uf9b861367c on 2 weeks ago
April 4, 2025, 10:10 a.m.

নাজিয়াৰ মোমায়েকৰ জীয়েকৰ বিয়ালৈ পতি-পত্নী দুয়োৰে যোৱা ইচ্ছা আছিল ৷ কিন্তু আৰ্থিক অনাটনৰ বাবে অকল নাজিয়াই হে যাব পাৰিলে। কিয়নো- ৰিক্সা ভাড়া,বাছৰ ভাড়া আৰু বিয়াৰ উপহাৰৰ দাম হিচাপ কৰি দেখিলে যে হাতত থকা দুশ টকাৰে দুজন মানুহ যোৱাটো সম্ভৱ নহয় ৷