Add Book Write Article
Cancel

নিবিদাৰ আভিধানিক অৰ্থ কি?

By uf9b861367c on 1 week ago
April 10, 2025, 10:12 a.m.

চৰকাৰৰ বিভিন্ন বিভাগ, বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে কোনো সামগ্ৰী যোগান ধৰাৰ বাবে অথবা কোনো নিৰ্মাণ কাৰ্যৰ বাবে ৰাজহুৱা মাধ্য়ম (বাতৰি-কাকত বা চৰকাৰী-বেচৰকাৰী সংস্থাৰ ৱেবচাইট) যোগে উপযুক্ত সংস্থা, ব্য়ক্তি, যোগানকাৰী আদিক আহ্বান জনোৱা জাননীকে সাধাৰণ অৰ্থত নিবিদা বুলি কোৱা হয়।