Kenekoi Logo

Kenekoi.com

জানিব খোজাৰ নতুন ঠিকনা

নালন্দা বিশ্ববিদ্যালয়ত অধ্যয়ন কৰা কোনজন চীনা ছাত্রক কামৰূপ ৰাজ্যলৈ নিমন্ত্রণ কৰা হৈছিল? নিমন্ত্রণ কৰা ৰজাজন কোন?

নালন্দা বিশ্ববিদ্যালয়ত অধ্যয়ন কৰা চীনা ছাত্ৰ য়ুয়ানচ্যাঙক কামৰূপ ৰাজ্যলৈ নিমন্ত্রণ কৰা হৈছিল। তেওঁক নিমন্ত্রণ কৰা ৰজাজন আছিল ভাস্কৰবর্মা।

Write Your Answer