Kenekoi Logo

Kenekoi.com

জানিব খোজাৰ নতুন ঠিকনা

নিৰ্মলপ্ৰভা বৰদলৈৰ কবিতাৰ দুটা বৈশিষ্ট্য লিখা ?

নিৰ্মলপ্ৰভা বৰদলৈৰ কবিতৰ দুটা বৈশিষ্ট্য হʼল -

(ক) নিৰ্মলপ্ৰভা বৰদলৈৰ কবিতাৰ শব্দ-সজ্জা তথা চুটি চুটি কাব্যিক বাক্যৰ এক গভীৰ মনৰ ভাৱ নিহিত থাকে । (খ) নগৰীয়া জীৱনৰ প্ৰতি বিদ্বেষ আৰু গাঁৱলীয়া জীৱনৰ প্ৰতি আকৰ্ষন তেওঁৰ কবিতাসমূহত প্ৰকাশ পায় ।

Write Your Answer