Kenekoi Logo

Kenekoi.com

জানিব খোজাৰ নতুন ঠিকনা

পদ্মনাথ গোহাঞিবৰুৱাই ৰচনা কৰা নাটক কেইখন কি কি?

পদ্মনাথ গোহাঞিবৰুৱাই ৰচনা কৰা নাটক কেইখন হ’ল - 'গাঁওবুঢ়া', 'টেটোন তামুলী', 'জয়মতী', 'গদাধৰ', 'সাধনী' আৰু 'লাচিত বৰফুকন' ৷

Write Your Answer