Add Book Write Article
Cancel

প্রকৃত ত্যাগ মানে কি বুজা?

By uf9b861367c on 2 weeks ago
April 4, 2025, 1:13 p.m.

প্ৰকৃত ত্যাগ বা বৈৰাগ্য এটা বিশেষ মনোধৰ্ম। নিষ্কৰ্মাৰ জিৰণি কথাটো যেনেকৈ অর্থবান, নথকাৰ ত্যাগ আৰু লাগে লাগেকৈ হাবাথুৰি খাই নোপোৱাৰ পিছত বিৰক্তি ৰূপ বৈৰাগ্যও জীৱন-যুঁজত ,পৰাজয় বৰণৰ তুল্য। থাকিও সংযত ভাৱে ভোগ কৰা আৰু সংবিভাজনৰ দ্বাৰা সমৃদ্ধিৰ সদ্‌গতি ঘটোৱাই প্ৰকৃত ত্যাগ।