Kenekoi Logo

Kenekoi.com

জানিব খোজাৰ নতুন ঠিকনা

প্ৰকৃততে মূল্যবোধক কি দৃষ্টিকোণৰ পৰা বিচাৰ কৰা হয়?

মানুহ সামাজিক জীৱ ৷ গতিকে কেৱল ব্যক্তিৰ প্ৰয়োজন পূৰণৰ ধাৰণাৰে মূল্যবোধক বিচাৰ কৰিব নোৱাৰি ৷ ব্যক্তিৰ প্ৰয়োজন পূৰণ কৰা বস্তুক মূল্যবান নহয় বুলি ক’ব নোৱাৰি ৷ কিন্তু ব্যক্তিৰ প্ৰয়োজন পূৰণে যদি আনৰ অপকাৰ কৰে নাইবা সামাজিক জীৱনত অনিষ্ট সাধন কৰে, তেন্তে তেনে কাৰ্যৰ কোনো ধৰণৰ মূল্য নাই ৷ সেয়েহে মূল্যবোধক সামাজিক দৃষ্টিকোণৰ পৰা হে বিচাৰ কৰা উচিত ৷

Write Your Answer