Kenekoi Logo

Kenekoi.com

জানিব খোজাৰ নতুন ঠিকনা

পুৰণি অসমীয়া শব্দবোৰৰ আধুনিক ৰূপ লিখাঃ- তাহাঙ্ক, নোজোৰে, খসি, ৰহিল, আসি, ভৈলা, আসান্ত, শিলায়ে, কাম্পে, মাৱক, বসি, প্ৰয়াসি, খেদন্ত

তাহাঙ্কঃ তেওঁক

নোজোৰেঃ নাটে

খসিঃ খহি

ৰহিলঃ ৰল

আসিঃ আহি

ভৈলাঃ হ'ল

আসান্তঃ আহিছে

শিলায়েঃ শিলেৰে

কাম্পেঃ কঁপে

মাৱকঃ মাকক

বসিঃ বহি

প্ৰয়াসিঃ চেষ্টাকৰা

খেদন্তঃ খেদিলে

Write Your Answer