Kenekoi Logo

Kenekoi.com

জানিব খোজাৰ নতুন ঠিকনা

পুৰণি কালত বিহুৰ সময়ত কেনেধৰণৰ খেল অনুষ্ঠিত হৈছিল?

পুৰণি অসমত বিহুৰ সময়ত নৈ,পুখুৰী আদিত নাওখেল অনুষ্ঠিত হৈছিল ৷ পাহোৱাল ডেকা ল’ৰাই মালযুঁজত ভাগ লৈছিল ৷ ইয়াৰ উপৰিও মহাবাহু ব্ৰহ্মপুত্ৰৰ দুয়োপাৰে জনসাধাৰণৰ মাজত প্ৰচলিত খেল সমূহ হ’ল- হাউ খেল,ঢোপ খেল,টাংগুটি,ঘিলা খেল,লুকা-ভাকু,কড়ি খেল ইত্যাদি ৷

Write Your Answer