Kenekoi.com
New
Articles
Login
Add Book
Write Article
Cancel
প্ৰত্ন অসমীয়া আৰু প্ৰক্-শংকৰী যুগৰ সাহিত্য
By uf9b861367c on 1 week ago
পূজা - পাৰ্বনৰ প্ৰধান গীতসমূহ কি কি?
প্ৰেমমূলক গীতসমূহ কি কি?
হেমন্ত কুমাৰ শৰ্মাই শিশু লীলাৰ গীত আৰু গোপী বিলাকৰ গীত কেই ভাগত বিভক্ত কৰিছে?
কামৰূপী লোকগীতসমূহৰ ভিতৰত জনপ্ৰিয় লোকগীতটো কি?
কিমান চনত বজ্ৰযানৰ জন্ম হৈছিল?
বজ্ৰযানীসকলৰ নিৰ্বাণৰ তিনিটা উপাদান কি?
কলিকতাৰ এচিয়াটিক চছাইটিৰ পুথি সংগ্ৰহৰ কামত মহামহোপাধ্য়ায় হৰপ্ৰসাদ শাস্ত্ৰীয়ে কিমান চনত নেপাললৈ গৈছিল?
প্ৰথমবাৰ যাওঁতে তেওঁ অনা পুথিখনৰ নাম কি আছিল?
ড° সুকুমাৰ সেনে কি নাম দি সংকলন প্ৰকাশ কৰিছিল?
১৯৬৩ চনত তাৰাপদ মুখাৰ্জীয়ে ইংৰাজীত অনুবাদ কৰা চৰ্য্য়গীতিখিনি কি আছিল?
শ্ৰীকৃষ্ণ কীৰ্ত্তনৰ ৰচক কোন?
বডু চণ্ডীদাসৰ শ্ৰীকৃষ্ণ কীৰ্ত্তনৰ উদ্ধাৰকতা কোন?
অসমীয়া আৰু বঙালী এই দুটা ভাষাৰ উমৈহতীয়া স্তৰ বা অৱস্থাৰ নিদৰ্শন প্ৰকাশ পোৱা এখন গ্ৰন্থৰ নাম লিখা?
শ্ৰীকৃষ্ণ-কীৰ্ত্তনত কেইটা চৰিত্ৰৰ সমাবেশ ঘটা দেখিবলৈ পোৱা যায়? আৰু চৰিত্ৰ কেইটা কি কি?
বডু চণ্ডীদাসৰ শ্ৰীকৃষ্ণ কীৰ্ত্তন পুথিত কেইটা খণ্ড আছে?
মৃত্য়ু মানে কি?
মায়া-মৃত্য়ুৰ তৰণৰ উপায় কি?
অসমীয়া লোকগীতসমূহক প্ৰধানত কেইটা ভাগত ভাগ কৰা হৈছে আৰু কি কি?
গোৱালপৰীয়া লোকগীতক কেইটা ভাগত ভাগ কৰা হৈছে?
কামৰূপী লোকগীতসমূহৰ ভিতৰত জনপ্ৰিয় লোকগীতটো কি?
লোকগীতৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা?
কানাই পাৰ কৰা হে লোকগীতটোৰ মূলভাৱ উল্লেখ কৰা?
চৰ্য্য়াপদৰ ভাষা কি?
শ্ৰীকৃষ্ণ কীৰ্ত্তনৰ বিষয়বস্তু কি?