April 10, 2025, 10:15 a.m.
প্ৰতিবেদন লেখনৰ ক্ষেত্ৰত মনোযোগ দিবলগীয়া দিশ কেইটা তলত উল্লেখ কৰা হ'ল 一
(i) শুদ্ধ বা নিৰ্ভুল তথ্য় সংযোগ,
(ii) মূল বিষয় বা বক্তব্য়ৰ সুস্পষ্টতা,
(iii) সহজ-সৰল ভাষাৰে বক্তব্য় বিষয় উপস্থাপন,
(iv) ঘটনাৰ বাস্তৱ প্ৰতিফলন,
(v) তথ্য়ৰ পৰিপূৰ্ণতা আৰু তথ্য়সূত্ৰৰ পূৰ্ণ উল্লেখ,
(vi) প্ৰত্য়ক্ষভাৱে ঘটনাৰ বিৱৰণ উপস্থাপন,
(vii) আকৰ্ষণীয় উপস্থাপনশৈলী।