Add Book Write Article
Cancel

" পাৰতে কান্দিছে ধনবৰ দুখীয়া" - ধনবৰে কিয় কান্দিছে?

By uf9b861367c on 2 weeks ago
April 4, 2025, 10:38 a.m.

এবাৰ মাক বাপেকৰ সৈতে ধনশিৰিমুখৰ ৰতনী কিছুদিন ধনবৰ হঁতৰ ঘৰত আছিলগৈ ৷ সেই সময়তে দুয়োৰে মাজত প্ৰেমৰ উন্মেষ ঘটে ৷তেওঁলোকৰ প্ৰেমৰ কথা গম পাই ৰতনীক মাক-বাপেকে লৈ গ’ল ৷ ইফালে ৰতনীৰ বিৰহত ধনবৰ ভাগি পৰিল ৷ ব্যৰ্থ প্ৰেমৰ বুজা সহিব নোৱাৰি ধনবৰে ব্ৰহ্মপুত্ৰৰ পাৰত কান্দিবলৈ ধৰিলে ৷