Kenekoi Logo

Kenekoi.com

জানিব খোজাৰ নতুন ঠিকনা

পাৰস্যত এভুমুকি

"কেন্দ"ৰ অৰ্থ কি?
তেলৰ বাবে চলোৱা খনন কাৰ্যত "মাডলগিং" আহিলাসমূহৰ ভূমিকা কি?
বুশ্বেৰ চহৰৰ এটা বিৱৰণ দিয়া।
ইৰাণৰ ইতিহাসৰ বিষয়ে চমুকৈ লিখা।
ইৰাণৰ ভূতত্বৰ বিষয়ে লিখা।
জাগ্ৰছ পৰ্বতমালাৰ বিষয়ে তোমাৰ পাঠ্য়পুথিৰ সহায়ত লিখা।
ইৰাণৰ কেইখনমান ঠাইৰ নাম লিখা।
টেহৰাণৰ বিমান বন্দৰকেইটা কি কি আৰু কোন কোন স্থানত?
টেহৰাণৰ প্ৰাকৃতিক অৱস্থা কেনেকুৱা লিখা।
"স্লামবাৰ্জাৰ" কোম্পানীৰ কাৰ্যালয় ক'ত ক'ত আছে?
ইৰাণীসকলৰ নৱবৰ্ষ উৎসৱৰ বিৱৰণ দিয়া।
বেহেষ্ট-ই-জাহাৰাৰ লগত টেহৰাণবাসীৰ সম্পৰ্কৰ বিষয়ে লিখা।
শ্বিৰীণ ইবাডি কোন? তেওঁৰ সংগ্ৰামৰ বিষয়ে পাঠ্য়পুথিৰ সহায়ত লিখা।
তলত দিয়া শব্দকেইটা কি ভাষাৰ লিখাঃ কেঁচি, দোৱাত, চিয়াঁহী, চিচা, কেন্দি।
শব্দকেইটাৰ অৰ্থ লিখাঃ খেলে মামনুন, মিৰচি্ ছালাম।
শব্দকেইটাৰ প্ৰতীকী অৰ্থ কি :- চবজে, ছামানু, ছিব, জেনেজেভ, ছিৰ, ছমাক ছেৰকেহ।
শব্দকেইটাত 'ষ' আৰু 'ণ' কিয় প্ৰয়োগ হৈছে লিখাঃ- সম্ভাষণ, অন্বেষণ, গৱেষণা, অৱতৰণ।
শব্দকেইটাত কি প্ৰত্য়য় প্ৰয়োগ হৈছে লিখাঃ- ইৰাণী, আবাসিক, বাণিজ্য়িক, শেহতীয়া, সোণালী, খৰচী।