Kenekoi Logo

Kenekoi.com

জানিব খোজাৰ নতুন ঠিকনা

বাক্য় ৰচনা কৰাঃ ককাই-ভনী, টুলুং-ভুটুং, চিঞৰ-বাখৰ, মানুহ-দুনুহ, তিতি-বুৰি।

ককাই-ভনী - ককাই-ভনীয়েকে সদায় মিলা-প্ৰীতিয়ে থাকিব লাগে।

টুলুং-ভুটুং - নাওঁখনে টুলুং-ভুটুং কৰিছে।

চিঞৰ-বাখৰ - ভূমিকম্প আহিলে চিঞৰ-বাখৰ কৰিব নালাগে।

মানুহ-দুনুহ - কাজিৰঙা অভয়াৰণ্য চাবলৈ দেশ-বিদেশৰ পৰা মানুহ-দুনুহ আহে।

তিতি-বুৰি - মাম্পীয়ে তিতি-বুৰি স্কুললৈ গৈছে।

Write Your Answer