কৌশলী বিদ্যাঃ কৌশলী বিদ্যাৰ সহায়ত সুক্ষ্ম বিষয়কো কলাত্মক ৰূপত উপস্থাপন কৰিব পাৰি।
অজৰ-অমৰঃ শংকৰদেৱৰ ৰচনা ৰাজি অসমীয়া সাহিত্যত সদায়ে অজৰ-অমৰ হৈ থাকিব।
আলাসত ঠাইঃ সুমধুৰ গীতক শ্ৰোতা ডানতাই আলাসত ঠাই দিয়ে।
ডাঙৰ-দীঘলঃ ৰমেনক আইতাকে বৰ কষ্টৰে ডাঙৰ-দীঘল কৰিছে।